Category: গুৱাহাটী

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে(National Press Day 2025)…

“আমি অসম খন নেপাল অথবা বাংলাদেশ হ’বলৈ নিদিওঁ। অসমত শিক্ষিত যুৱকযুৱতী থাকিলে নেপাল অথবা বাংলাদেশ কেতিয়াও নহয়”

শিক্ষা বিভাগত বৃহৎ নিযুক্তি ৰাজ্য চৰকাৰৰ। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত বুধবাৰে ৮ হাজাৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।…

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে কেইবা লাখ টকাৰ সামগ্ৰী

হাইলাকান্দি চহৰৰ ১৬ নং ৱাৰ্ডৰ শিৱ লোকনাথ লেনত নিশি কুটুম্বৰ হানাত চাঞ্চল্যকৰ ঘটনা।। স্থানীয় সূত্রে জানিব পৰা মতে, স্থানীয় বাসিন্দা…

অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সংবাদ মেল

বুধবাৰে বিয়লি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সংবাদ মেল এখন অনুষ্ঠিত হৈ যায়। উক্ত সংবাদ মেলখনিত উপস্থিত…

মেঘালয়ত নৃশংসভাৱে শেষ কৰিলে অসমৰ এজন ব্যক্তিক

মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা। হত্যা কৰি মেঘালয়ৰ ঘন জংঘলত ওলোমাই থ’লে মৃতদেহ। যুৱকজন মহানগৰীৰ বশিষ্ঠৰ তপন দে’ বুলি চিনাক্ত।…

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব ৰামচৰণ ভৰালীৰ অন্তেষ্টিক্ৰিয়া।

জনপ্ৰিয় পাঠক, অসম নাগাৰা নাম সন্থাৰ সভাপতি ৰামচৰণ ভৰালী আৰু নাই। নিশা ১২:২০ বজাত ইহসংগাৰ ত্যাগ কৰে বিশিষ্ট নাগাৰা নামৰ…

আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰী সেৱা

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ঘোষণা। আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত।…

ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ সিদ্ধান্ত। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি মহন্তৰ। ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভাস্কৰজ্যোতি মহন্তৰ। ভাতৃ শ্যামকানু…

প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ…