“অভিযুক্তই নিজৰ পক্ষৰ পৰা সকলো চেষ্টা অব্যাহত ৰাখিছে,কিন্তু জুবিন গাৰ্গে ন্যায় পাবই লাগিব”।আদালতৰ শুনানিৰ পাছত গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট
শনিবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্ন হয় । ২২ জানুৱাৰীত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ…