অৱশেষত কংগ্ৰেছত যোগদান জয়ন্ত খাউণ্ডৰ।
প্ৰদেশ কংগ্ৰেছ আৰু এ আই চি চিৰ নেতৃত্বৰ উপস্থিতিত কংগ্ৰেছত যোগদান জয়ন্ত খাউণ্ডৰ।
দুদিন পূৰ্বে অসম গণ পৰিষদ ত্যাগ কৰিছিল তেওঁ।
তাৰ পাছতে খাউণ্ডক লগত লৈ নতুন দিল্লীত সংবাদমেল গৌৰৱ গগৈৰ।
সংবাদমেলত উপস্থিত থাকে তত্বাৱধায়ক জিতেন্দ্ৰ সিং।
ৰঙানদী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে জয়ন্ত খাউণ্ড।