Share and Enjoy !

Shares

সোমবাৰে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে উত্তাল প্ৰতিবাদ। জিলা কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ।

ভোট চোৰ, গাদী চোৰ শ্লোগানেৰে উত্তাল মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স। আৰক্ষীৰে হতাহতি কংগ্ৰেছ কৰ্মীৰ। আৰক্ষীয়ে দিয়া লোহাৰ বেৰিকেড দাঙি দিলে প্ৰতিবাদকাৰীয়ে।

খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছে।

শেহতীয়াকৈ পোহৰলৈ অহা এই বিসংগতিৰ পাছতে আজিৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় কংগ্ৰেছ দলে।এ ই প্ৰতিবাদত অংশগ্ৰহণ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে আকাশ-বতাহ।

Leave a Reply

Your email address will not be published. Required fields are marked *