Share and Enjoy !

Shares

দলগাঁৱৰ নিজদলগাঁৱত দিন দুপৰতে চোৰৰ চাফাই অভিযান।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ।

দলগাঁৱৰ নিজ দলগাঁৱত সংঘটিত হৈছে এই চুৰিকাণ্ড।

ইংকুমণি কোচৰ নামৰ মহিলা গৰাকীৰ ঘৰ পৰা চোৰে লুটিলে লক্ষাধিক টকাৰ সা- সামগ্ৰী।

দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল।বৰ্তমান দলগাঁও থানাৰ আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *