Share and Enjoy !

Shares

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ ।গোলাঘাট বেঙেনাখোৱাত এখন বাঁহনীৰ ভিতৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

উদ্ধাৰ হোৱা যুৱকজনৰ বয়স ১৮ বছৰ বুলি অনুমান কৰা হৈছে।বৰ্তমানলৈ উদ্ধাৰ হোৱা যুৱকজনৰ পৰিচয়।

বেঙেনাখোৱা ৰেলগেটৰ ওচৰত সংঘটিত হৈছে এই ঘটনা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *