Share and Enjoy !

Shares

দেৰগাঁৱৰ ৰঙামাটিত কৰুণ ঘটনা।

চাহ ফেক্টৰীৰ টিঙৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ।

মৃত শ্ৰমিকজন দেৰগাঁও হালোৱা গাঁৱৰ ২৫ বছৰীয়া সূৰ্য কমল বৰা বুলি জানিব পৰা গৈছে।

ফেক্টৰীটোত কোনো ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা নথকাৰা অভিযোগ সহযোগী শ্ৰমিকৰ।

পূৰ্বেও ফেক্টৰীটোত কোনো ধৰণৰ সাৱধানতা নথকাৰ বাবে সংঘটিত হৈছিল এনেধৰণৰ ভয়ংকৰ ঘটনা।

তাৰপাছতো শিক্ষা নল’লে BLT নামৰ এই চাহ ফেক্টৰীটোৱে বৰ্তমান দেৰগাঁও আৰক্ষী থানাত ৰখা হৈছে শ্ৰমিকজনৰ মৃতদেহ।

ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দেৰগাঁও আৰক্ষীয়ে।

ৰঙামাটিস্থিত BLT নামৰ চাহ ফেক্টৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *