অগপ দল ত্যাগ অমিতাভ আচাৰ্য্যৰ।
ধুবুৰী জিলা অগপৰ বিত্ত সম্পাদক অমিতাভ আচাৰ্য্য ওৰফে সজলে জিলা অগপৰ বিত্ত সম্পাদকৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে
ধুবুৰী জিলা অগপৰ বিত্ত সম্পাদক অমিতাভ আচাৰ্য্যই এই সন্দৰ্ভত অগপৰ ধুবুৰী জিলা সমিতিৰ সভাপতি লৈ পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা সদৰী কৰে।