আজি ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান।
শংকৰদেৱ কলাক্ষেত্ৰত স্কুটাৰ বিতৰণ কাৰ্যসূচী।
১১,২৫০ গৰাকী শিক্ষাৰ্থীক বিতৰণ কৰিব স্কুটাৰ।
দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত হ’ব স্কুটাৰ বিতৰণ।
অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । উ
পকৃত হ’ব ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্ৰ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা।
