Share and Enjoy !

Shares

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।

বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৩১ মিনিটত অনুভূত হয় জোকাৰণি।

ৰিখটাৰ স্কেলত ৪.১ আছিল প্ৰাবল্য।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢেকীয়াজুলি বুলি জানিব পৰা গৈছে।

আজিৰ ভূমিকম্পৰ ফলত এইপৰ্যন্ত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি লাভ কৰা হোৱা নাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *