Share and Enjoy !

Shares

ভোটগ্ৰহণৰ মাজতে নদুৱাৰত সমষ্টিত শোকাৱহ ঘটনা।

চতিয়াৰ দলাপানীত প’লিং বিষয়াৰ মৃত্যু। ভোটকেন্দ্ৰতে অসুস্থ হৈ মৃত্যু হয় প’লিং বিষয়াজনৰ।

নদুৱাৰ সমষ্টিৰ ২৩০ নং ভোটকেন্দ্ৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। ভোটকেন্দ্ৰটোৰ দ্বিতীয় পুলিং বিষয়া আছিল মৃত দেৱেন হ’ৰ’। ৰঙাপৰাৰ সহ: শিক্ষকগৰাকী আছিল দেৱেন হ’ৰ’।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *