পুৱা ৭বজাৰ লগে লগে ৰাজ্যত আৰম্ভ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্যত ৩১ হাজাৰ ৮৯০টা ভোটকেন্দ্ৰত আৰম্ভ হয় ভোটগ্ৰহণ।২ কোটি ৪৯ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
দুপৰীয়া ৩-০০ বজালৈকে অসমত ভোটদান হাৰ ৭৫.৯১ শতাংশ।
ধেমাজি- ৭৪. ৭৭ শতাংশ
ধুবুৰী- ৮০.৭৯ শতাংশ
ডিব্ৰুগড়- ৭২.৩৪ শতাংশ
ডিমা-হাচাও- ৭২.০৫ শতাংশ
গোৱালপাৰা- ৮২.৯৮ শতাংশ
গোলাঘাট- ৭৪ শতাংশ
হাইলাকান্দি- ৬৯.০৬শতাংশ
হোজাই- ৭৮.০৯ শতাংশ
যোৰহাট-৭৩.০৫ শতাংশ
কামৰূপ মেট্ৰ- ৬৫.৩০ শতাংশ
কামৰূপ- ৭৯.০১ শতাংশ
কাৰ্বি আংলং-৬৫.৯৩ শতাংশ
কোকৰাঝাৰ- ৭৭.২৪ শতাংশ
লখিমপুৰ- ৭৭.৬৫ শতাংশ
মাজুলী-৭৯.২৫ শতাংশ
মৰিগাঁও- ৮১.৮৩শতাংশ
বজালী- ৭৮.৬০শতাংশ
বাক্সা- ৭৫.৮৬ শতাংশ
বৰপেটা- ৮০.২১ শতাংশ
বিশ্বনাথ- ৭৬.৭৩ শতাংশ
বঙাইগাঁও- ৮০.৬৪ শতাংশ
কাছাৰ- ৭৩.৮০ শতাংশ
চৰাইদেউ- ৭৫.৭১ শতাংশ
চিৰাং- ৭৬.৯৯ শতাংশ
দৰং- ৮২.৩১শতাংশ
নগাঁও- ৭৬.৮৮শতাংশ
নলবাৰী- ৭৬.৭২শতাংশ
শিৱসাগৰ-৭৪.৯৫ শতাংশ
শোণিতপুৰ- ৭৪.৮৯ শতাংশ
দক্ষিণ শালমাৰা-মানকাছৰ- ৮৪.২৪ শতাংশ
শ্ৰীভূমি- ৭৪.৩১ শতাংশ
তামুলপুৰ- ৭৩.৪৯ শতাংশ
তিনিচুকীয়া- ৭১.৭৩ শতাংশ
ওদালগুৰি- ৭৪.৮৪ শতাংশ
পশ্চিম কাৰ্বি আংলং- ৬৬.৮০ শতাংশ