Share and Enjoy !

Shares

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী কুংকি চৌধুৰীক পাণবজাৰ থানাৰ চমন জাৰি।

ভোটদানৰ সময়ত নিৰ্বাচনৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত চমন জাৰি পাণবজাৰ আৰক্ষীৰ ।

BNSৰ ৩৫(৩) ধাৰাত পানবজাৰ থানাই জাৰি কৰা জাননীখনত দেওবাৰে পুৱা ১১ বজাত পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *