Share and Enjoy !

Shares

মহানগৰীৰ মালিগাঁৱত বৃহৎ উচ্ছেদ অভিযান।

মালিগাঁৱৰ ছেইণ্ট বিবেকানন্দ বিদ্যালয়ৰ সমীপৰ এটা বস্তিত চলিল উচ্ছেদ অভিযান।

ৰে’ল বিভাগৰ মাটি দখল কৰি বহুসংখ্যক সন্দেহযুক্ত লোকে বাঁহ, টিনেৰে ঘৰ সাজি বাসগৃহ সাজি পাতিছিল এটা ডাঙৰ বস্তি।

মাটি দখলৰ তথ্য লাভ কৰাৰ পাছতেই আইনী প্ৰক্ৰিয়াৰে লোকসকলক দখল এৰাৰ জাননী দিছিল ৰে’ল বিভাগে।

কিন্তু সেই জাননীক আওকাণ কৰি বহুসংখ্যক বসবাস কৰি আছিল।

আজি জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগৰ তৰফৰ পৰা ঘৰসমূহ উচ্ছেদ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *