Share and Enjoy !

Shares

বিবাহ বাৰ্ষিকীৰ দিনটোত অসুস্থ হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ।

ৰক্তচাপজনিত সমস্যা দেখা দিছে গৰিমা শইকীয়া গাৰ্গক।

মহানগৰীৰ আহোমগাঁৱৰ পীয়াৰলেছ হাস্পতালত ভৰ্তি গৰিমাক

জানিব পৰা অনুসৰি নাৰ্ভৰ সমস্যাও দেখা দিছে গৰিমা শইকীয়া গাৰ্গক। বৰ্তমান চিকিৎসাধীন হৈ আছে গৰিমা শইকীয়া গাৰ্গ।

উল্লেখ্য যে আজি আছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যত বিবাহ বাৰ্ষিকী।মাতৃ নিবাস বৃদ্ধাশ্রমত থকা বৃদ্ধাসকলৰ বাবে বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছিল গৰিমাই এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল গৰিমা শইকীয়া গাৰ্গ

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *