Share and Enjoy !

Shares

ৰাজ্যজুৰি ভোগালী বিহুৰ আনন্দ-উল্লাহৰ মাজতে গোৰেশ্বৰত বিধ্বংসী অগ্নিকাণ্ড।

তামুলপুৰৰ ২নং গোৰেশ্বৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত প্ৰদীপ দাসৰ ধানৰ ভড়াল আৰু গাড়ী গেৰেজত থকা বাহন।

শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ তথা আত্মীয়ৰ।

জুইক লেলিহান শিখাত জাহ গ’ল ধানৰ ভড়াল, পেচন প্ৰো’ বাইক, ALTO K10 (AS-01 DK-4346) নম্বৰৰ বাহন।

বুধবাৰে দিনৰ প্ৰায় ৪ বজাত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো

ৰাইজৰ তথা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে বাসগৃহটো।

ঘটনাস্থলীত উপস্থিত হৈছে গোৰেশ্বৰ থানাৰ আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *