Share and Enjoy !

Shares

শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম।

পুৱাই উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল’লে কণ্ঠশিল্পীগৰাকীয়ে।

মাৰ চৰণত আগবঢ়ালে বিশেষ পূজা-অৰ্চনা।

আৰক্ষীৰ বিশেষ নিৰাপত্তাৰ মাজেৰে মন্দিৰ দৰ্শন কৰিলে চনু নিগমে।

মন্দিৰ দৰ্শনৰ পাছতেই চনু নিগমৰ মন্তব্যঃ “গুৱাহাটী আহিলেই মই শক্তিপীঠ কামাখ্যালৈ আহিব চেষ্টা কৰোঁ, অসম এখন সুন্দৰ ৰাজ্য, সংগীতপ্ৰেমী লোকসকল। ইয়াৰ লোকসকল কলাপ্ৰেমীমোৰ ইয়ালৈ আহি ভাল লাগে।”

Leave a Reply

Your email address will not be published. Required fields are marked *