Share and Enjoy !

Shares

মহানগৰীৰ মালিগাঁও গোটানগৰত প্ৰতিবাদ।

LPG নাপায় প্ৰতিবাদত বহে গ্ৰাহকসকলে।

পুৱতি নিশাৰ পৰা LPGৰ বাবে অপেক্ষা কৰি আছিল কেইবাশতাধিক গ্ৰাহক।

বৰ্তমানলৈ দাম পৰিশোধ কৰাৰ পাছতো গেছ লাভ কৰা নাই একাংশ গ্ৰাহকে।

যাৰ বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে গ্ৰাহকসকলে ।

IOCL আৰু গেছ এজেন্সিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে প্ৰতিবাদকাৰীয়ে।

ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *