২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা

Share and Enjoy !

Shares

২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা।

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰীতা সন্থা উদ্যোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷

১৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷

শুভ উদ্ভধনী কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷

আজি খেলপথাৰত লাইখুটা স্থাপন কৰা হয়৷

লাইখুটা স্থাপন কৰে আৰক্ষী আযুক্ত পার্থ সাৰধি মহন্তই৷

গ্ৰন্থ মেলাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিৱ বিশিষ্ট বিশিষ্ট সাহিত্যিক আমিছ তৃপাঠী ৷

লগতে দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব ৷

দিল্লী আৰু কলকতাৰ পৰা আহিব প্ৰকাশন গোষ্ঠী ৷

এতিয়ালৈ ১২০ খন বিপনী যোগাযোগ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *