Share and Enjoy !

Shares

বেতকুছিৰ লিগাং আলয় বিবাহ ভৱনত CM ভিজিলেন্সৰ অভিযান।

কিছুদিন পূৰ্বে মহানগৰীত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিশাল সম্পত্তিত অভিযান চলাইছিল CM ভিজিলেন্সে।

আজি বেতকুছিৰ লিগাং আলয় বিবাহ ভৱনত অভিযান চলাই CM ভিজিলেন্সে।

উল্লেখ্য যে তামুলীৰ বিৰুদ্ধে নীতি বহির্ভূতভাৱে এফ এছ গ্ৰাণ্টৰ ভূমি দখলৰ তথ্য।দিছপুৰৰ বিধায়ক অতুল বৰাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু তামুলীৰ বিৰুদ্ধে।৩৩/২০২৫ নম্বৰত ৰুজু হৈ আছে গোচৰ।
দুর্নীতিৰে অভিযন্তাগৰাকীয়ে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ বর্তমানো পলাতক অৱস্থাত অভিযন্তা সুশীল কুমাৰ তামুলী।

Leave a Reply

Your email address will not be published. Required fields are marked *