Share and Enjoy !

Shares

জালুকবাৰীত ৰে’ল লাইনৰ দাঁতিত উদ্ধাৰ মৃতদেহ।

উদ্ধাৰ কৰা মৃতদেহটো তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে ৰে’ল আৰক্ষীয়ে।

অনুসন্ধানৰ সময়ত লোকজনৰ পকেটৰ পৰা মোবাইল ফোন, মানিবেগ উদ্ধাৰ হয়।

আধাৰ কাৰ্ডৰ পৰা মৃত লোকজন মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ বৈজনাথ সৰকাটে বুলি চিনাক্ত হোৱাৰ লগতে মোবাইল ফোনত পোৱা নম্বৰৰ সহযোগত পৰিয়ালৰ লোকক খবৰ দিয়া হয়।

চলন্ত ৰে’লৰ পৰা পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *