সৰস্বতী পূজাৰ আনন্দৰ মাজতে মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা।
গুৱাহাটীৰ কাহিলীপাৰাত ১০৮ এম্বুলেঞ্চৰ খুন্দাত মৃত্যু এগৰাকী যুৱতীৰ।
নিহত যুৱতীগৰাকীৰ।উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ।
অচ্যুৎ বৰুৱা নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এই দুৰ্ঘটনাত।
আহত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ১০৮ চালকৰ পলায়ন।