Share and Enjoy !

Shares

চন্দ্ৰপুৰত উদ্ধাৰ যুৱকৰ মৃতদেহ।

চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল পথৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটো ।

মৃত যুৱকজন চন্দ্ৰপুৰৰ নলঘুলিৰ সমীৰ মাৰাক(১৯) বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজে সন্দেহ কৰা মতে ৰে’ল পথৰ দাঁতিৰে খোজ কাঢ়ি আহি থকা অৱস্থাত দ্ৰুতবেগী ৰে’লৰ খুন্দাত নিহত হয় যুৱকজন ।

প্ৰাপ্ত তথ্য মতে দেওবাৰৰ বিয়লিৰ পৰা ঘৰৰ পৰা নিখোজ হৈ আছিল যুৱকজন।

Leave a Reply

Your email address will not be published. Required fields are marked *