মৃতদেহ উদ্ধাৰক লৈ পুৱাই মালিগাঁৱত চাঞ্চল্য ঘটনা।মৃতদেহ উদ্ধাৰক লৈ পুৱাই মালিগাঁৱত চাঞ্চল্য ঘটনা।

Share and Enjoy !

Shares

মৃতদেহ উদ্ধাৰক লৈ পুৱাই মালিগাঁৱত চাঞ্চল্য ঘটনা।

মালিগাঁৱৰ টেম্পল ঘাটৰ এটা নলাত অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ মৃতদেহটো।

উদ্ধাৰ ৰঙা ৰঙৰ টি-চাৰ্ট পৰিহিত মৃতদেহটো এজন ৩০-৩৫ বছৰীয়া পুৰুষৰ।

বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতলোকজনৰ পৰিচয়।

একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে জালুকবাৰী আৰক্ষীক।

ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে GMCHলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *