১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীব।
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং।
ইতিমধ্যে সাজু হৈ উঠিছে বহু প্ৰত্যাশিত দলংখন।
শেষ পৰশ দিয়া হৈছে নিৰ্মাণৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙত।
ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে। দলংখন মুকলিৰ পাছত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দূৰত্ব হ্ৰাস পোৱাৰ লগতে সকলো ক্ষেত্ৰতে সুবিধা হ’ব । লগতে দলংখনৰ দৈৰ্ঘ্য এক কিলোমিটাৰৰ অধিক হ’ব বুলিও উল্লেখ কৰিছে।