পুনৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
বৃহস্পতিবাৰে নিশা নাৰেংগী ওঘুলিত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।
নাৰেংগীৰ দিশৰ পৰা তীব্ৰগতিত ছয়মাইল দিশলৈ গৈ থকাৰ সময়ত ML 05 S 2618 নম্বৰৰ ৰঙা ৰঙৰ বাহন খনে বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ফলত গুৰুতভাবে আহত হয় চালকজন।
ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আহত লোকজনক হাস্পাতাল ভৰ্তি কৰায়।