মহানগৰীৰ পশ্চিম বৰাগাওঁ ৰে’ল লাইনত মর্মান্তিক ঘটনা।
যাত্রীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত এজন, আহত আন এজন ।
আহত যুৱক জনক GMCH লৈ প্ৰেৰণ।
জানিব পৰা মতে দুজন যুৱকে ৰে’ল লাইনত বহি কাণত হেডফোন লগাই মোবাইলত গেম খেলি আছিল ।সেই সময়তে আহিছিল ৰে’লখন।ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাট।