মহানগৰীত নীতিবৰ্হিভূত ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান।
অধিক মেডিচিন মজুত ৰখা ফাৰ্মাচীৰ বিৰুদ্ধে এই অভিযান।
মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পাণ্ডুৰ basil drugs &চাৰ্জিকেলৰ বিৰুদ্ধে অভিযান।
অভিযানত অবৈধ ভাবে মজুত ৰখা প্ৰায় পাঁচ লক্ষাধিক টকাৰ মেডিচিন জব্দ প্ৰতিষ্ঠানখনৰ পৰা।
১৫ দিনৰ ভিতৰত জব্দকৃত মেডিচিনৰ বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰিলে বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্।
উল্লেখযোগ্য যে মহানগৰীৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ এনে ফাৰ্মাচীত বৈধতাৰ আচৰণ দেখুৱাই অবৈধ ভাবে মেডিচিন বিক্ৰী কৰি অহা ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়
একাংশ লোকে এনেদৰে এতিয়াও মহানগৰীত ফাৰ্মাচীৰ জৰিয়তে ঔষধ বিক্ৰী কৰি আহিছে।
এনেবোৰ ফাৰ্মাচীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে সচেতন লোকে