Share and Enjoy !

Shares

পাণ্ডু কলেজৰ পৰা ছাত্ৰ নিৰুদ্দেশ। ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ ছাত্ৰ জন।

ছাত্ৰ জনৰ নাম ৰুবাইল আলম ঘৰ হোজাই জিলাৰ লংকাজানত ঘৰ।

ছাত্ৰ জন পাণ্ডু কলেজৰ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাৱাস ছাত্ৰ আছিল।

ৰুবাইল আলমৰ ছাত্ৰজন অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাৱাস ৰ পৰা নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। লগতে কলেজ কতৃক্ষক জনোৱাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ।

ইতিমধ্যে পৰিয়ালৰ লোকে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে। কোনোবাই যদি ছাত্ৰ জনক দেখা পায় তেনেহলে এই নম্বৰ যোগাযোগ কৰিব পৰিয়ালৰ লোকে অনুৰোধ জনাইছে 8638249247 & 7002306164 ।

Leave a Reply

Your email address will not be published. Required fields are marked *