গড়চুক আৰক্ষীৰ জালত ভুৱা NCIA বিষয়া৷
কটাহবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৩ ভূৱা National Crime Intelligence Agency ( NCIA ) বিষয়া ৷
ধৃত লোককেইজন ক্ৰমে পংকজ ডেকা প্ৰাণজিৎ ৰাজা আৰু আখতাৰুল হক চৌধুৰী৷
ধৃত লোককেইজনৰ পৰা জব্দ কৰে ভুৱা পৰিচয় পত্ৰ,নগদ ধন মোবাইল ফোন৷
জব্দ AS01BA7341 নম্বৰ I10 বাহন ৷
NCIAৰ বিষয়া বুলি পৰিচয় দি বিভিন্ন ঠাইৰ পৰা দাবী কৰিছিল ধন৷