Share and Enjoy !

Shares

হাজোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দিন-দুপৰতে ৰখাই থোৱা দুচকীয়া বাহনৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন।

দমদমাৰ নৰেন্দ্ৰ মালাকৰ নামৰ লোকজনৰ AS-01-DW-0509 নম্বৰৰ স্কুটিৰ পৰা ডকাইতৰ দলে লুটি নিয়ে নগদ এক লাখ টকা।

জানিব পৰা মতে, হাজোৰ ষ্টেট বেংক শাখাৰ পৰা ধনখিনি উলিয়াই আনি পানীপাৰাৰ এটা দুচকীয়া বাহনৰ শ্ব’ ৰূমৰ সন্মুখত বজাৰ কৰিবলৈ ৰৈছিল লোকজন। সেই সময়তে সংঘটিত হয় ডকাইতি। ইপিনে চিচিটিভিত বন্দী ডকাইতিৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *