Share and Enjoy !

Shares

নৱবৰ্ষৰ পহিলা দিনটোতে ‘বাবু আঁচনি’ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘বাবু আঁচনি’ৰ জৰিয়তে স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব এহাজাৰকৈ টকা। ‘বাবু আঁচনি’ৰ জৰিয়তে স্নাতকোত্তৰ অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা।।

অৱশ্যে পিতৃ-মাতৃৰ বছৰি উপাৰ্জন ৪ লাখ টকাৰ অধিক হ’লে লাভ নকৰিব ‘বাবু আঁচনি’ৰ সুবিধা।

১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ যোগ্য ছাত্ৰসকলে লাভ কৰিব ‘বাবু আঁচনি’ৰ ধন। নৱবৰ্ষৰ পহিলা দিনটোতে এই অভিলাষী আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *