Share and Enjoy !

Shares

পহিলা মাঘৰ দিনটোতেই বিলাসীপাৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা

বহুবিবাহ প্ৰতিৰোধ কৰিবলৈ অভিযুক্ত স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আজি বিলাসীপাৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয় বিবাহ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিব বুলি সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে, চৰকাৰক লগে-লগে কমপ্লেইন দিব পাৰিব। এতিয়া মই নম্বৰো দিম। যেনেকৈ স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰ বাবে ১০৮ আছিল, তেনেকৈ ১১৪ নম্বৰ দিম। যাতে মহিলাসকলে লগে লগে মোক ফোন কৰিব পাৰে’’

Leave a Reply

Your email address will not be published. Required fields are marked *