Share and Enjoy !

Shares

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

JJMৰ বাবে অপাৰেশ্যন মেইনটেনেঞ্চ পলিচিত অনুমোদন।

অনুমোদনৰ পাছত JJMৰ ঠিকাদাৰে অনাদায় ধন পোৱাৰ পথ মুকলি হ’ব।

IIMৰ স্থায়ী চৌহদৰ বাবে মাটি আবণ্টনত অনুমোদন।

মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অভিযানৰ বাবে ৮০০ কোটি টকাৰ অনুমোদন।

সৰ্থেবাৰীত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা ভূমি আবণ্টন

নৱোদয় বিদ্যালয়ৰ বাবে শোণিতপুৰ, চৰাইদেউ আৰু চন্দ্রপুৰত ভূমি আবণ্টন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *