Share and Enjoy !

Shares

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

১৪ মাৰ্চত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

অসমত কেইবাটাও আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বৰাক উপত্যকাত পাচগ্ৰাম- বৰাপানী এক্সপ্ৰেছ হাইৱে’ৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে।

শিলচৰত এখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

এই কথা শুকুৰবাৰে সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *