Share and Enjoy !

Shares

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।

আজি অন্তিম নির্বাচনী প্ৰচাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

উজনি অসমত ৪খনকৈ জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

ডিমৌ, টীয়ক, তিতাবৰ, দেৰগাঁৱত চলাব নির্বাচনী প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *