Share and Enjoy !

Shares

BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ।

বুধবাৰে পুৱা ৮:৫৪ বজাত LVM3ৰ BlueBird Block-2 উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰ’ৱে।

LVM3ৰ উৎক্ষেপণ কৰিবলগীয়া আটাইতকৈ গধুৰ পেলোড। LVM3 হৈছে দুটা কঠিন ষ্ট্ৰেপ-অন মটৰ।

এই অভিযানে মোবাইল সংযোগৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। মোবাইল ফোনে অচিৰেই টাৱাৰ অবিহনেও লাভ কৰিব নেটৱ’ৰ্ক।

ব্লুবাৰ্ড ব্লক-২ কোনো সাধাৰণ উপগ্ৰহ নহয়। এইটোৱেই হ’ব এতিয়ালৈকে নিম্ন পৃথিৱী কক্ষপথ (LEO)লৈ উৎক্ষেপণ কৰা আটাইতকৈ বৃহৎ বাণিজ্যিক যোগাযোগ উপগ্ৰহ।

Leave a Reply

Your email address will not be published. Required fields are marked *