Share and Enjoy !

Shares

মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিচন ব্লু’ত উত্তৰ-পূব সন্মিলন ও ক্ৰেতা-বিক্ৰেতা মীট।

APEDAৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত এই সন্মিলন।

এই সন্মিলনত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা,জাপান, UK আদিকে ধৰি বিভিন্ন দেশ-বিদশীৰ প্ৰতিনিধি।

এনে সন্মিলনে থলুৱা কৃষকক লাভান্বিত কৰে বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই।

দেশ-বিদশীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিয়ে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত এক নতুন গতি দিব।

২০২২-২৩ বৰ্ষত ৪হাজাৰ কোটিৰ টকাৰ সামগ্ৰী ৰপ্তানি হোৱাৰ কথাও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে।

ইফালে এই সন্মিলনত অসমত উৎপাদিত বিভিন্ন সামগ্ৰী বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সন্মুখত প্ৰদৰ্শন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *