Share and Enjoy !

Shares

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নৱবৈষ্ণৱ ধৰ্মৰ সমগ্ৰ ভাৰতত প্ৰসাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘক বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

উল্লেখযোগ্য় যে, কালিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হৈছে। ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, আই মাতৃ অগণন ভক্তৰ সমাগমেৰে এতিয়া লোকাৰণ্য হৈ পৰিছে জ্যোতি-বিষ্ণু সমন্বয়

Leave a Reply

Your email address will not be published. Required fields are marked *