Share and Enjoy !

Shares

আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা। তিনিদিনীয়াকৈ আৰম্ভ হ’ল জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ তথা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ মেলা গোভা দেওৰজাৰ জোনবিল মেলা ৷

পুৱাই গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাঙ্গলিক পূজা-অৰ্চনাৰ পিছতে শুভাৰম্ভ হয় মেলাৰ ৷ ৰজাৰ বা-বিষয়াই পূজা-অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত(Jonbeel Mela 2026)৷

ইয়াৰ পাছতে মেলাথলীত অনুষ্ঠিত হয় নিৰ্ধাৰিত কাৰ্যসূচী সমূহ ৷ আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *