Share and Enjoy !

Shares

যোৰহাটত ডকাইতৰ দলৰ সন্ত্ৰাস।

হাতত লোৰ ৰড লৈ চলাইছে সন্ত্ৰাস।

৮ টাকৈ ফ্লেটত ডকাইতৰ দলটোৱে চলাইছে সন্ত্ৰাস।

৫ ফেব্ৰুৱাৰীত তৰাজানৰ মধুকুঞ্জ এপাৰ্টমেন্ট আৰু ৭ ফেব্ৰুৱাৰীত Abc হাইটত চলালে সন্ত্ৰাস।

ডকাইতৰ দলটোৱে লুটি নিয়ে নগদ ধন অলংকাৰৰ লগতে আন বহু সামগ্ৰী।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু চাৰিজনক ইতিমধ্যে আটক কৰিছে যোৰহাট আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *