ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ কলিয়াবৰত গৰু চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ এজন যুৱকক।
গৰু চোৰৰ সন্দেহত উন্মাদ ৰাইজৰ প্ৰহাৰ আহত আবু হুছেইন নামৰ এজন যুৱকক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণ কৰে একাংশই। প্ৰহাৰত গুৰুতৰভাৱে আহত চিকনিৰ আবু আলী।
আহতক যুৱকজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যুৱকজনক।