খেৰণিৰ হিংসাত্মক ঘটনাত ‘কাৰ্বি গ’বেক’ ধ্বনি দিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল।
খেৰণিৰ হিংসাত্মক ঘটনাত ‘কাৰ্বি গ’বেক’ ধ্বনি দিছিলে ৩গৰাকীকৈ লোকে খেৰণি আৰক্ষী চকীত এই এজাহাৰ দাখিল কৰে এই তিনিঅভিযুক্ত বিৰুদ্ধে।
হিন্দীভাষী ছাত্র সংগঠন, বঙালী সমাজ, ভাৰতীয় গোৰ্খা পৰিসংঘৰ এজাহাৰ দাখিল। ইপিনে বিকাশ চৌহান, যুৱৰাজ পাঠক, ধনু বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ সংগঠনকেইটাৰ। আনপিনে এই ধৰণৰ মন্তব্য কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে সংগঠন কেইটাই।