Share and Enjoy !

Shares

ৰাজ্যত পুনৰ কিশোৰ নিৰুদ্দেশৰ ঘটনা।

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা নিৰুদ্দেশ কিশোৰ

নিৰুদ্দেশ হোৱা কিশোৰজন টোটপাৰা নিৱাসী দীপক নাথৰ সন্তান স্বপনীল নাথ ওৰফে বুবুল(১৬) বুলি জানিব পৰা গৈছে।

জানিব পৰা দেওবাৰে দিনৰ ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰজন

নিৰুদ্দেশৰ সময়ত কিশোৰজনৰ পিন্ধনত আছিল জাম্পাৰ, লংপেণ্ট, ভৰিত চেন্দেল।কিশোৰ জনৰ লগত আছিল কলা ৰঙৰ এটা বেগ।প্ৰায় ৫ফুট ৮ ইঞ্চি উচ্চতাৰ, বগা বৰণৰ স্বপনীল এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল

নিৰুদ্দেশ বুবুলৰ সন্ধান পালে নিকটবৰ্তী থানা খবৰ দিয়াৰ আহ্বান পৰিয়ালৰলোকৰ

যোগাযোগৰ কৰিব পাৰিব 7002923931, 9957345380 মোবাইল নম্বৰত

Leave a Reply

Your email address will not be published. Required fields are marked *