কুংকি চৌধুৰীৰ সামাজিক মাধ্যম টীমৰ বিৰুদ্ধে এজাহাৰ দাখিল
সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নীতি অমান্য কৰাৰ অভিযোগত এজাহাৰ দাখিল
পুৱতি নিশা কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ তিনিজন সদস্যক আটক
পাণবজাৰ আৰক্ষীয়ে পুৱতি নিশা ৩ বজাত আটক কৰে সদস্যকেইজনক
পুৱা পৰ্যন্ত থানাৰ সন্মুখত অকলে ৰৈ থাকিল AJPৰ প্রাৰ্থী কুংকি চৌধুৰী
নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যমক বিতৰ্কিত পোষ্ট দিয়াৰ অভিযোগ
আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা মতে, নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ সন্দেহত তদন্ত আৰম্ভ কৰা হৈছে আৰু বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা হৈছে।
ঘটনাৰ পিছতে সামাজিক মাধ্যমযোগে কুংকিৰ প্রতিক্রিয়া