Share and Enjoy !

Shares

অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ।

অসমীয়া প্রতিদিনৰ লখিমপুৰৰ কাৰ্যলয়ত আক্ৰমণ দুৰ্বৃত্তৰ

দুৰ্বৃত্তই শিলাবৰ্ষণ কৰি লণ্ডভণ্ড কৰে কাৰ্যালয়টো।

সাদিন- প্ৰতিদিন গোষ্ঠীৰ লখিমপুৰ কাৰ্যালয়ত এই আক্ৰমণ।

পুৱতি নিশা কাৰ্যালয়টোলৈ লক্ষ্য কৰি শিল নিক্ষেৰ দুৰ্বৃত্তৰ।

৩টাকৈ শিল নিক্ষেপ কাৰ্যালয়লৈ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *