Share and Enjoy !

Shares

মৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা।

মৈৰাবাৰীৰ সমীপৰ ভজাইখাইটিত ডুবিল যাত্ৰীবাহী নাও।

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন তিনিজন লোক। কথমপি প্ৰাণ ৰক্ষা ১৭ গৰাকী পুৰুষ আৰু মহিলাৰ।

জানিব পৰা মতে, টুলুঙা নাৱেৰে আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা।

নাও দুৰ্ঘটনাত পিছতে সন্ধানহীন মুবাশ্বেৰ আহমেদ নামৰ এটি ১৫বছৰীয়া কিশোৰ।

সন্ধানহীন ৭০ বছৰীয়া ৱাহেদ আলী আৰু ৩৫ বছৰীয়া আইনুল হক নামৰ দুজন লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *