Share and Enjoy !

Shares

SR প্ৰক্ৰিয়াৰ শুনানীৰ নামত উত্তপ্ত পৰিস্থিতি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত।

শুনানীৰ বাবে আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ লোকে ভিৰ কৰে যদিও মৰিগাঁও জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰাত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়।

আনহাতে শুনানীৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়।

মৰিগাঁও জিলা প্ৰশাসনৰ চৰম ব্যৰ্থতাৰ পৰিণতিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

উপস্থিত উত্তেজিত ৰাইজৰ মাজত হতাহতি,মাৰপিট সংঘটিত হয়।

ইপিনে মৰিগাঁও জিলা প্ৰশাসনৰ হঠকাৰী পদক্ষেপৰ পৰিণতিত সাধাৰণ ৰাইজে জীয়াতু ভোগ কৰিবলগীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *