Share and Enjoy !

Shares

মুকালমুৱাত বিজেপিৰ বিৰুদ্ধে উত্তাল‌ প্ৰতিবাদ।

সংখ্যালঘু‌ হাৰাশাস্তিৰ কৰাৰ বন্ধ কৰাক। ।

আজি বৰক্ষেএী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী লয়।।

আজি বৰক্ষেএী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বৰক্ষেএী বিধানসভা সমষ্টিৰ নিৰ্বাচন পঞ্জীন বিষয়ালৈ স্মাৰকপত্ৰ
প্ৰেৰণ কৰে।।

বৰক্ষেএী‌ ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীত ওলাই আহে ।

অসম মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায়, হায় , বৰক্ষেএী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা হায়,হায়, মুৰ্দা,আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।।

Leave a Reply

Your email address will not be published. Required fields are marked *