ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল। ১৬টাকৈ ৱেবছাইট উপলভ্য হ’ল পৰীক্ষাৰ ফলাফল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সফলতা
নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ
একুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ
ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী